ছূৰা 2 · জুজ 2

Al-Baqarah · 2:154

وَلَا تَقُولُوا لِمَنْ يُقْتَلُ فِي سَبِيلِ اللَّهِ أَمْوَاتٌ ۚ بَلْ أَحْيَاءٌ وَلَٰكِنْ لَا تَشْعُرُونَ

আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, সিহঁতক মৃত বুলি নামাতিবা, বৰং সিহঁত জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।

তাফছীৰ

হে মুমিনসকল! যিসকলে আল্লাহৰ পথত জিহাদ কৰি শ্বহীদ হৈছে, তেওঁলোকৰ বিষয়ে এইটো নাভাবিবা যে, তেওঁলোকে সাধাৰণ ব্যক্তিৰ দৰে মৃত্যুবৰণ কৰিছে। বৰং তেওঁলোক নিজ প্ৰতিপালকৰ ওচৰত জীৱিত। কিন্তু তোমালোকে তেওঁলোকৰ জীৱনক ঠাৱৰ কৰিব নোৱাৰিবা। কাৰণ তেওঁলোকক এটা বিশেষ জীৱন দান দিয়া হয়। এই বিষয়ে অৱগত হোৱাৰ একমাত্ৰ মাধ্যম হৈছে অহী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক