ছূৰা 2 · জুজ 2
Al-Baqarah · 2:153
يَا أَيُّهَا الَّذِينَ آمَنُوا اسْتَعِينُوا بِالصَّبْرِ وَالصَّلَاةِ ۚ إِنَّ اللَّهَ مَعَ الصَّابِرِينَ
হে ঈমান্দাৰসকল! তোমালোকে ছবৰ আৰু ছালাতৰ মাধ্যমত সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ছবৰকাৰীসকলৰ লগত আছে।
তাফছীৰ
হে ঈমান্দাৰসকল! মোৰ আনুগত্য আৰু আদেশ পালন কৰিবলৈ ধৈৰ্য আৰু ছালাতৰ দ্বাৰা সহায় প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে, তেওঁ তেওঁলোকক সামৰ্থ প্ৰদান কৰে তথা তেওঁলোকৰ সহায় কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক