ছূৰা 2 · জুজ 1

Al-Baqarah · 2:12

أَلَا إِنَّهُمْ هُمُ الْمُفْسِدُونَ وَلَٰكِنْ لَا يَشْعُرُونَ

সাৱধান! ইহঁতেই ফাছাদ সৃষ্টিকাৰী, কিন্তু সিহঁতে সেয়া অনুধাৱন নকৰে।

তাফছীৰ

প্ৰকৃততে সিহঁতেই বিপৰ্যয়কাৰী। অথচ সিহঁতে সেয়া অনুধাৱন নকৰে। সিহঁতে এইটোও নাজানে যে সিহঁতৰ কৰ্মই হৈছে আচল বিপৰ্যয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক