ছূৰা 17 · জুজ 15
Al-Isra · 17:50
۞ قُلْ كُونُوا حِجَارَةً أَوْ حَدِيدًا
কোৱা, ‘যদি তোমালোকে শীল বা লো হৈ যোৱা,
তাফছীৰ
হে ৰাছুল! আপুনি সিহঁতক কওঁক যে, তোমালোকে যদি শিলৰ দৰে কঠিন আৰু লোৰ দৰে মজবুত হ'ব পাৰা তেন্তে হোৱা, কিন্তু এনেকুৱা কেতিয়াও হ'ব নোৱাৰিবা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক