ছূৰা 17 · জুজ 15
Al-Isra · 17:38
كُلُّ ذَٰلِكَ كَانَ سَيِّئُهُ عِنْدَ رَبِّكَ مَكْرُوهًا
এই সকলো বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।
তাফছীৰ
হে মানৱ! উপৰোক্ত বৰ্ণিত সকলো বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত নিষিদ্ধ। এইবোৰ কৰ্ম কৰা ব্যক্তিৰ প্ৰতি আল্লাহ সন্তুষ্ট নহয়, বৰং ক্ৰোধান্বিত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক