ছূৰা 17 · জুজ 15

Al-Isra · 17:37

وَلَا تَمْشِ فِي الْأَرْضِ مَرَحًا ۖ إِنَّكَ لَنْ تَخْرِقَ الْأَرْضَ وَلَنْ تَبْلُغَ الْجِبَالَ طُولًا

আৰু পৃথিৱীত ফুটনিমাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বতমান উচ্চতা লাভ কৰিব নোৱাৰা।

তাফছীৰ

পৃথিৱীত অহংকাৰ আৰু স্বৈৰাচাৰী হৈ চলা ফুৰা নকৰিবা। নিশ্চয় এনেকুৱা গৌৰৱ অহংকাৰ কৰি তোমালোকে ভৰিৰে পৃথিৱীক বিদীৰ্ণ কৰিব নোৱাৰিবা, আৰু তোমালোকৰ উচ্চতাও পৰ্বত সমান হ'ব নোৱাৰে। তেন্তে অহংকাৰ কিহৰ?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক