ছূৰা 17 · জুজ 15

Al-Isra · 17:32

وَلَا تَقْرَبُوا الزِّنَا ۖ إِنَّهُ كَانَ فَاحِشَةً وَسَاءَ سَبِيلًا

আৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকেও নাযাবা, নিশ্চয় সেয়া অশ্লীল আৰু নিকৃষ্ট আচৰণ।

তাফছীৰ

আৰু ব্যভিচাৰৰ পৰা দূৰত থাকিবা, লগতে সেইবোৰ মাধ্যমৰ পৰাও আঁতৰি থাকিবা যিবোৰে ব্যভিচাৰৰ কাষ চপায়। নিশ্চয় এইটো চৰম পৰ্যায়ৰ অশ্লীলতা, তথা নিকৃষ্ট পথ, যিটোৱে মানুহৰ বংশ বিনষ্ট কৰে আৰু আল্লাহৰ শাস্তিৰ সন্মুখীন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক