ছূৰা 17 · জুজ 15

Al-Isra · 17:3

ذُرِّيَّةَ مَنْ حَمَلْنَا مَعَ نُوحٍ ۚ إِنَّهُ كَانَ عَبْدًا شَكُورًا

তেওঁলোকৰ বংশধৰ! যিসকলক আমি নূহৰ লগত আৰোহণ কৰাইছিলো; নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।

তাফছীৰ

দৰাচলতে তোমালোক হৈছা সেইসকল লোকৰ সন্তান, যিসকলক আমি তুফানত ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলো, লগত আছিল নূহ আলাইহিচ্ছালাম। এতেকে তোমালোকে সেই অনুগ্ৰহক স্মৰণ কৰা। আৰু এক আল্লাহৰ ইবাদত কৰি তথা তেওঁৰ আনুগত্যৰ জৰিয়তে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। এই বিষয়টোত তোমালোকে নূহ আলাইহিচ্ছালামৰ অনুসৰণ কৰা, কিয়নো তেওঁ অধিক কৃতজ্ঞতা জ্ঞাপনকাৰী ব্যক্তি আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক