ছূৰা 17 · জুজ 15
Al-Isra · 17:106
وَقُرْآنًا فَرَقْنَاهُ لِتَقْرَأَهُ عَلَى النَّاسِ عَلَىٰ مُكْثٍ وَنَزَّلْنَاهُ تَنْزِيلًا
আৰু আমি কোৰআনক অলপ অলপকৈ অৱতীৰ্ণ কৰিছো; যাতে তুমি সেয়া মানুহৰ ওচৰত ক্ৰমে ক্ৰমে পাঠ কৰিব পাৰা আৰু আমি ইয়াক পৰ্যায়ক্ৰমে অৱতীৰ্ণ কৰিছো।
তাফছীৰ
আমি এই কোৰআনখনক স্পষ্ট বিৱৰণৰ সৈতে অৱতীৰ্ণ কৰিছো যাতে আপুনি মানুহক সুন্দৰভাৱে লাহে লাহে তিলাৱত কৰি শুনায়। কিয়নো এনে কৰিলে চিন্তা-চৰ্চা কৰাত আৰু বুজাত সহজ হয়। লগতে আমি ইয়াক পৰিস্থিতি আৰু ঘটনা অনুসাৰে পৃথকে পৃথকে অৱতীৰ্ণ কৰিছো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক