ছূৰা 17 · জুজ 15

Al-Isra · 17:104

وَقُلْنَا مِنْ بَعْدِهِ لِبَنِي إِسْرَائِيلَ اسْكُنُوا الْأَرْضَ فَإِذَا جَاءَ وَعْدُ الْآخِرَةِ جِئْنَا بِكُمْ لَفِيفًا

আমি ইয়াৰ পিছত বনী ইছৰাঈলক ক’লো, ‘তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তবায়িত হ’ব তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।

তাফছীৰ

ফিৰআউন আৰু তাৰ সৈন্যবাহিনীক ধ্বংস কৰাৰ পিছত আমি বনী ইছৰাঈলক আদেশ দিলো যে, তোমালোকে শ্বাম (ছিৰিয়া) দেশতগৈ বসবাস কৰা। কিয়ামতৰ দিনা আমি তোমালোক আটাইকে হাশ্বৰৰ ময়দানত হিচাপ নিকাচৰ বাবে একত্ৰিত কৰিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক