ছূৰা 16 · জুজ 14

An-Nahl · 16:85

وَإِذَا رَأَى الَّذِينَ ظَلَمُوا الْعَذَابَ فَلَا يُخَفَّفُ عَنْهُمْ وَلَا هُمْ يُنْظَرُونَ

আৰু যেতিয়া যালিমসকলে শাস্তি দেখিব তেতিয়া সিহঁতৰ শাস্তি লঘু কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।

তাফছীৰ

অন্যায়কাৰী মুশ্বৰিকসকলে যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তাৰ পিছত সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ'ব। আনহাতে সিহঁতৰ পৰা শাস্তি উঠাই লৈ অৱকাশো দিয়া নহ'ব। বৰং সিহঁতে তাত প্ৰৱেশ কৰিব আৰু তাতেই চিৰকাল থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক