ছূৰা 16 · জুজ 14
An-Nahl · 16:46
أَوْ يَأْخُذَهُمْ فِي تَقَلُّبِهِمْ فَمَا هُمْ بِمُعْجِزِينَ
অথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক গ্ৰেপ্তাৰ নকৰিব বুলি সিহঁত নিৰ্ভয় হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।
তাফছীৰ
অথবা জীৱিকা সন্ধানৰ বাবে ভ্ৰমণত থকা অৱস্থাত সিহঁতৰ ওচৰত শাস্তি আহিব পাৰে। এতেকে সিহঁত আল্লাহৰ গ্ৰেপ্তাৰীৰ পৰাও হাত সাৰিব নোৱাৰে আৰু নিজকেও ৰক্ষা কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক