ছূৰা 16 · জুজ 14

An-Nahl · 16:47

أَوْ يَأْخُذَهُمْ عَلَىٰ تَخَوُّفٍ فَإِنَّ رَبَّكُمْ لَرَءُوفٌ رَحِيمٌ

অথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ ৰব অতি স্নেহশীল, পৰম দয়ালু।

তাফছীৰ

অথবা সিহঁত এই বিষয়ত নিশ্চিন্ত হৈছে নেকি যে, ভয়-ভীতিৰ সময়ত সিহঁতৰ ওচৰত আল্লাহৰ শাস্তি নাহিব। নিশ্চয় আল্লাহ সকলো অৱস্থাতেই শাস্তি দিবলৈ সক্ষম। নিঃসন্দেহে আপোনাৰ প্ৰতিপালক কৰুণাময় আৰু দয়াৱান। তেওঁ বান্দাসকলক শাস্তি প্ৰদানত খৰধৰ নকৰে, কাৰণ হয়তো বান্দা তেওঁৰ পিনে উভতি আহিব পাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক