ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:9

عَالِمُ الْغَيْبِ وَالشَّهَادَةِ الْكَبِيرُ الْمُتَعَالِ

তেওঁ গায়েব আৰু প্ৰকাশ্যৰ জ্ঞানী, মহান, সৰ্বোচ্চ।

তাফছীৰ

কিয়নো আল্লাহ সেই সকলো বস্তু সম্পৰ্কে অৱগত, যিবোৰ সৃষ্টিৰ জ্ঞানৰ পৰা আঁতৰত। তথা সেইবোৰ বস্তু সম্পৰ্কেও অৱগত যিবোৰ সিহঁতৰ জ্ঞানৰ পৰিসীমাত আছে। তেওঁ কৰ্ম, নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত অতি মহান। তেওঁ সত্ত্বাগত ভাৱে আৰু গুণগত ভাৱে সকলো সৃষ্টিতকৈ ঊৰ্দ্ধত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক