ছূৰা 11 · জুজ 12

Hud · 11:98

يَقْدُمُ قَوْمَهُ يَوْمَ الْقِيَامَةِ فَأَوْرَدَهُمُ النَّارَ ۖ وَبِئْسَ الْوِرْدُ الْمَوْرُودُ

সি কিয়ামতৰ দিনা তাৰ সম্প্ৰদায়ৰ সন্মুখত থাকিব। তাৰ পিছত সি সিহঁতক জুইত উপনীত কৰিব। য’ত সিহঁত উপনীত হ’ব সেয়া কিমান যে নিকৃষ্ট উপনীত হোৱাৰ স্থান!

তাফছীৰ

ক্বিয়ামতৰ দিনা ফিৰআউন আৰু তাৰ সম্প্ৰদায় জাহান্নামৰ পিনে আগবাঢ়িব, অৱশেষত সিহঁতক তাত নিক্ষেপ কৰা হ'ব। সেইটো কিমান যে নিকৃষ্ট ঠাই, য’ত সিহঁতে অৱতৰণ কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক