ছূৰা 11 · জুজ 12

Hud · 11:99

وَأُتْبِعُوا فِي هَٰذِهِ لَعْنَةً وَيَوْمَ الْقِيَامَةِ ۚ بِئْسَ الرِّفْدُ الْمَرْفُودُ

আৰু এই পৃথিৱীত অভিশাপ সিহঁতৰ পিছত লগাই দিয়া হৈছিল আৰু কিয়ামতৰ দিনাও। কিমান যে নিকৃষ্ট পুৰষ্কাৰ যিটো সিহঁতক প্ৰদান কৰা হ’ব!

তাফছীৰ

পাৰ্থিৱ জীৱনত আল্লাহে সিহঁতৰ লগত অভিশাপ সম্পৃক্ত কৰি দিছে আৰু তেওঁৰ কৰুণাৰ পৰা বঞ্চিত কৰি বিতাড়িত কৰিছে, লগতে সিহঁতক সাগৰত ডুবাই ধ্বংস কৰিছে। আনকি ক্বিয়ামতৰ দিনাও লাঞ্ছনা আৰু ৰহমতৰ পৰা দূৰত্ব লগ নেৰিব। পৃথিৱী আৰু আখিৰাতত সিহঁতে যি অভিশাপ আৰু শাস্তি ভোগ কৰিব সেয়া কিমান যে নিকৃষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক