ছূৰা 11 · জুজ 12

Hud · 11:80

قَالَ لَوْ أَنَّ لِي بِكُمْ قُوَّةً أَوْ آوِي إِلَىٰ رُكْنٍ شَدِيدٍ

তেওঁ ক’লে, ‘হায়! তোমালোকৰ ওপৰত যদি মোৰ শক্তি থাকিলেহেঁতেন অথবা মই যদি কোনো সুদৃঢ় স্তম্ভৰ আশ্ৰয় লব পাৰিলোহেঁতেন’!

তাফছীৰ

তেতিয়া লূত আলাইহিছ ছালামে ক'লেঃ হায়! তোমালোকক আঁতৰাবলৈ মোৰ ওচৰত যদি শক্তি থাকিলেহেঁতেন অথবা ৰক্ষা কৰাৰ বাবে আত্মীয় থাকিলেহেঁতেন, তেতিয়াহলে মই মোৰ অতিথিসকলক তোমালোকৰ পৰা ৰক্ষা কৰিলোহেঁতেন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক