ছূৰা 11 · জুজ 12

Hud · 11:79

قَالُوا لَقَدْ عَلِمْتَ مَا لَنَا فِي بَنَاتِكَ مِنْ حَقٍّ وَإِنَّكَ لَتَعْلَمُ مَا نُرِيدُ

সিহঁতে ক’লে, ‘তুমিতো জানাই, তোমাৰ কন্যাসকলৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই; আৰু আমি যিটো বিচাৰো সেয়া তুমি নিশ্চয় জানা’।

তাফছীৰ

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে লূত! তুমিতো জানাই, তোমাৰ ছোৱালীসকলৰ প্ৰতি আৰু তোমাৰ সম্প্ৰদায়ৰ নাৰীসকলৰ প্ৰতি আমাৰ কোনো ইচ্ছা নাই আৰু কোনো কামনাও নাই। নিশ্চয় তুমি দেখোন জানাই আমি কি বিচাৰো। আমি কেৱল পুৰুষ বিচাৰো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক