ছূৰা 11 · জুজ 12
Hud · 11:67
وَأَخَذَ الَّذِينَ ظَلَمُوا الصَّيْحَةُ فَأَصْبَحُوا فِي دِيَارِهِمْ جَاثِمِينَ
আৰু যিসকলে অন্যায় কৰিছিল এটা ভীষণ শব্দই সিহঁতক আক্ৰান্ত কৰিলে; ফলত সিহঁত নিজ নিজ গৃহত নতজানু অৱস্থাত শেষ হৈ গ’ল;
তাফছীৰ
ছামূদ সম্প্ৰদায়ক ধ্বংসকাৰী প্ৰচণ্ড চিঞৰে সিহঁতক আৱৰি ধৰিলে, ইয়াৰ প্ৰচণ্ডতা সহ্য কৰিব নোৱাৰি সিহঁত সকলোৱে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি থকা অৱস্থাত পৰি আছিল যে, সিহঁতৰ মুখমণ্ডল মাটিত পুত খাই আছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক