ছূৰা 11 · জুজ 12

Hud · 11:36

وَأُوحِيَ إِلَىٰ نُوحٍ أَنَّهُ لَنْ يُؤْمِنَ مِنْ قَوْمِكَ إِلَّا مَنْ قَدْ آمَنَ فَلَا تَبْتَئِسْ بِمَا كَانُوا يَفْعَلُونَ

আৰু নূহৰ প্ৰতি অহী কৰা হৈছিল, ‘যিসকলে ঈমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ঈমান পোষণ নকৰিব। গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহ’বা’।

তাফছীৰ

আল্লাহে নূহ আলাইহিছ ছালামৰ পিনে অহী কৰি ক'লেঃ হে নূহ! তোমাৰ সম্প্ৰদায়ৰ যিসকলে এতিয়ালৈ ঈমান পোষণ কৰিছে, ইয়াৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। এতেকে হে নূহ! সিহঁতৰ এই দীৰ্ঘ সময়ছোৱাত কৰা উপহাস আৰু অস্বীকাৰৰ বাবে আপুনি মনত কষ্ট নলব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক