ছূৰা 11 · জুজ 12

Hud · 11:33

قَالَ إِنَّمَا يَأْتِيكُمْ بِهِ اللَّهُ إِنْ شَاءَ وَمَا أَنْتُمْ بِمُعْجِزِينَ

তেওঁ ক’লে, ‘আল্লাহে ইচ্ছা কৰিলে সেয়া তোমালোকৰ ওচৰত উপস্থিত কৰিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা’।

তাফছীৰ

নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ মই শাস্তি আনিব নোৱাৰিম। আল্লাহে ইচ্ছা কৰিলেহে সেইটো তোমালোকৰ ওপৰত অৱতীৰ্ণ হ'ব। এতেকে তেওঁ যদি তোমালোকক শাস্তি বিহিব বিচাৰে তেন্তে তোমালোকে কেতিয়াও তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পাব নোৱাৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক