ছূৰা 11 · জুজ 12

Hud · 11:15

مَنْ كَانَ يُرِيدُ الْحَيَاةَ الدُّنْيَا وَزِينَتَهَا نُوَفِّ إِلَيْهِمْ أَعْمَالَهُمْ فِيهَا وَهُمْ فِيهَا لَا يُبْخَسُونَ

যিয়ে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰে, পৃথিৱীতেই আমি সিহঁতৰ আমলৰ পূৰ্ণ ফল প্ৰদান কৰো আৰু তাত সিহঁতক কম দিয়া নহ’ব।

তাফছীৰ

যি ব্যক্তিয়ে নিজৰ কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন আৰু ইয়াৰ ধ্বংসশীল বস্তু উপভোগ কৰিব বিচাৰে আৰু আখিৰাতৰ প্ৰতিদান নিবিচাৰে, আমি সিহঁতৰ কৰ্মৰ প্ৰতিদান স্বাস্থ্য, শান্তি আৰু জীৱিকাৰ প্ৰশস্ততাৰ ৰূপত এই পৃথিৱীতেই দান কৰো। সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়াত একো হ্ৰাস কৰা নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক