ছূৰা 11 · জুজ 12
Hud · 11:106
فَأَمَّا الَّذِينَ شَقُوا فَفِي النَّارِ لَهُمْ فِيهَا زَفِيرٌ وَشَهِيقٌ
ফলত যিসকল হ’ব হতভাগ্য সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত থাকিব সিহঁতৰ ভীষণ চিঞঁৰ আৰু আৰ্তনাদ।
তাফছীৰ
এতেকে কুফুৰী আৰু কুকৰ্ম কৰাৰ কাৰণে দুৰ্ভগীয়া লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব। তাত জাহান্নামৰ অগ্নিশিখাৰ উত্তাপত সিহঁতে চিঞঁৰিব আৰু উশাহ-নিশাহৰ শব্দও উচ্চ হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক