ছূৰা 11 · জুজ 12
Hud · 11:105
يَوْمَ يَأْتِ لَا تَكَلَّمُ نَفْسٌ إِلَّا بِإِذْنِهِ ۚ فَمِنْهُمْ شَقِيٌّ وَسَعِيدٌ
যেতিয়া সেই দিনটো আহিব তেতিয়া আল্লাহৰ অনুমতিবিহীন কোনেও কথা কব নোৱাৰিব; এতেকে সিহঁতৰ মাজত কিছুমান হ’ব হতভাগ্য আৰু কিছুমান হ’ব সৌভাগ্যবান।
তাফছীৰ
সেই দিনটো যেতিয়া আহিব, তেতিয়া কোনেও তেওঁৰ অনুমতি অবিহনে প্ৰমাণ সহকাৰে হওঁক তথা মধ্যস্ততাৰ মাধ্যমত হওঁক কথা কব নোৱাৰিব। সেইদিনা মানুহ দুই প্ৰকাৰৰ হ'ব। দুৰ্ভগীয়া, যিসকল জাহান্নামত প্ৰৱেশ কৰিব। আৰু ভাগ্যৱান, যিসকল জান্নাতত প্ৰৱেশ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক