Al-Fatihah

سورة الفاتحة

ছূৰা 1 · মক্কী · 7 আয়াত

1:1 · Al-Fatihahজুজ 1 · পৃ. 1

بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ1

(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
1:2জুজ 1 · পৃ. 1

الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ2

সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে
1:3জুজ 1 · পৃ. 1

الرَّحْمَٰنِ الرَّحِيمِ3

যিজন পৰম কৰুণাময়, পৰম দয়ালু
1:4জুজ 1 · পৃ. 1

مَالِكِ يَوْمِ الدِّينِ4

বিচাৰ দিৱসৰ মালিক
1:5জুজ 1 · পৃ. 1

إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ5

আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ
1:6জুজ 1 · পৃ. 1

اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ6

আমাক সৰল পথৰ হিদায়ত দিয়া
1:7জুজ 1 · পৃ. 1

صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ7

তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক