ছূৰা 1 · জুজ 1

Al-Fatihah · 1:2

الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ

সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে

তাফছীৰ

প্ৰতাপ আৰু স্বয়ংসম্পূৰ্ণতাৰ গুণৰ লগতে সকলো প্ৰকাৰৰ প্ৰশংসা কেৱল তেওঁৰ বাবেই। কিয়নো আল্লাহেই প্ৰত্যেক বস্তুৰ প্ৰতিপালক, স্ৰষ্টা আৰু পৰিচালক। ‘আল-আলামূন’, ‘আলম’ শব্দৰ বহুবচন। আৰু ইয়াৰ মাজত আল্লাহৰ বাহিৰে সকলোকে সামৰি লোৱা হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক