ছূৰা 9 · জুজ 10

At-Tawbah · 9:63

أَلَمْ يَعْلَمُوا أَنَّهُ مَنْ يُحَادِدِ اللَّهَ وَرَسُولَهُ فَأَنَّ لَهُ نَارَ جَهَنَّمَ خَالِدًا فِيهَا ۚ ذَٰلِكَ الْخِزْيُ الْعَظِيمُ

সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই চৰম লাঞ্ছনা।

তাফছীৰ

এই মুনাফিকসকলে নাজানে নেকি যে, ইহঁতে নিজৰ এনেকুৱা কৰ্মৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰি আছে? জানি থোৱা! যিয়েই তেওঁলোকৰ বিৰোধিতা কৰিব সি ক্বিয়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামৰ জুইত প্ৰৱেশ কৰিব। এইটো বৰ ডাঙৰ অপমান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক