ছূৰা 76 · জুজ 29

Al-Insan · 76:22

إِنَّ هَٰذَا كَانَ لَكُمْ جَزَاءً وَكَانَ سَعْيُكُمْ مَشْكُورًا

নিশ্চয় এইটোৱে তোমালোকৰ পুৰষ্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।

তাফছীৰ

আৰু তেওঁলোকক সন্মান স্বৰূপে কোৱা হবঃ নিশ্চয় এই নিয়ামতসমূহ যিবোৰ তোমালোকক দিয়া হৈছে তোমালোকৰ সত্কৰ্মৰ প্ৰতিফল স্বৰূপে দিয়া হৈছে। আৰু তোমালোকৰ কৰ্ম আল্লাহৰ ওচৰত গৃহীত হৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক