ছূৰা 76 · জুজ 29
Al-Insan · 76:1
هَلْ أَتَىٰ عَلَى الْإِنْسَانِ حِينٌ مِنَ الدَّهْرِ لَمْ يَكُنْ شَيْئًا مَذْكُورًا
কালপ্ৰবাহত মানুহৰ ওপৰত এনে এটা সময় অহা নাইনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?
তাফছীৰ
মানুহৰ অতীতত এক দীৰ্ঘ সময় অতিক্ৰম হৈছে যেতিয়া সিহঁতৰ কোনো অস্তিত্ব নাছিল। সিহঁতৰ উল্লেখ পৰ্যন্ত নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক