ছূৰা 67 · জুজ 29
Al-Mulk · 67:30
قُلْ أَرَأَيْتُمْ إِنْ أَصْبَحَ مَاؤُكُمْ غَوْرًا فَمَنْ يَأْتِيكُمْ بِمَاءٍ مَعِينٍ
কোৱা, তোমালোকে ভাবিছানে, যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?
তাফছীৰ
হে ৰাছুল, এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ মোক কোৱাচোন তোমালোকৰ পানী যিবোৰ পানী খোৱাৰ কাৰণে ব্যৱহাৰ কৰা, যদি পৃথিৱীৰ তললৈ গুচি যায় আৰু তোমাৰ ক্ষমতাৰ বাহিৰত যায় তেন্তে প্ৰৱাহিত পানী কোনে আনি দিব? আল্লাহৰ বাহিৰে আন কাৰো ক্ষমতা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক