ছূৰা 67 · জুজ 29

Al-Mulk · 67:25

وَيَقُولُونَ مَتَىٰ هَٰذَا الْوَعْدُ إِنْ كُنْتُمْ صَادِقِينَ

আৰু সিহঁতে কয়, 'তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব'?।

তাফছীৰ

আৰু পুনৰুত্থান অস্বীকাৰকাৰী সকলে পুনৰুত্থানক বহু দূৰ বুলি ভাবি কয়ঃ কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তবায়িত হ’ব যাৰ কথা তুমি (মুহাম্মদ) আৰু তোমাৰ অনুসাৰীসকলে আমাক কৈ আছা। যদি তুমি তোমাৰ এই প্ৰতিশ্ৰুতিত সত্য যে সেয়া আহিবই?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক