ছূৰা 6 · জুজ 7
Al-An'am · 6:47
قُلْ أَرَأَيْتَكُمْ إِنْ أَتَاكُمْ عَذَابُ اللَّهِ بَغْتَةً أَوْ جَهْرَةً هَلْ يُهْلَكُ إِلَّا الْقَوْمُ الظَّالِمُونَ
কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ বা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আপতিত হয় তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ’ব নে’?
তাফছীৰ
হে ৰাছুল! সিহঁতক কওঁকচোন, যদি তোমালোকৰ ওপৰত হঠাৎ আল্লাহৰ শাস্তি আহি পৰে অথবা প্ৰকাশ্যভাৱে আহে তেন্তে এই শাস্তিৰ চিকাৰ কেৱল সেইসকল লোক হব যিসকলে আল্লাহৰ লগত কুফুৰী কৰি তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক