ছূৰা 6 · জুজ 8

Al-An'am · 6:134

إِنَّ مَا تُوعَدُونَ لَآتٍ ۖ وَمَا أَنْتُمْ بِمُعْجِزِينَ

নিশ্চয় তোমালোকৰ লগত যি প্ৰতিশ্ৰুতি কৰা হৈছে সেয়া অৱশ্যে আহিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা।

তাফছীৰ

হে কাফিৰসকল! তোমালোকক যি পুনৰ্জীৱন, পুনৰুত্থান, হিচাপ-নিকাচ আৰু শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো অৱশ্যে হ'ব। তোমালোকে কদাপিও প্ৰতিপালকৰ গ্ৰেপ্তাৰীৰ পৰা পলায়ন কৰিব নোৱাৰা। তেওঁ তোমালোকক আগচুলিত ধৰি শাস্তিত প্ৰৱেশ কৰাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক