ছূৰা 6 · জুজ 7

Al-An'am · 6:106

اتَّبِعْ مَا أُوحِيَ إِلَيْكَ مِنْ رَبِّكَ ۖ لَا إِلَٰهَ إِلَّا هُوَ ۖ وَأَعْرِضْ عَنِ الْمُشْرِكِينَ

তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।

তাফছীৰ

হে নবী! সেই সত্যৰ অনুসৰণ কৰক, যি সত্যৰ অহী আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি কৰিছে। তেওঁ পৱিত্ৰ সত্ত্বা, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই। কাফিৰসকলৰ অবাধ্যতা তথা সীমালংঘনত আপুনি দুখী নহব। কাৰণ সিহঁতৰ বিষয়বোৰ আল্লাহৰ জীম্মাত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক