ছূৰা 58 · জুজ 28

Al-Mujadila · 58:17

لَنْ تُغْنِيَ عَنْهُمْ أَمْوَالُهُمْ وَلَا أَوْلَادُهُمْ مِنَ اللَّهِ شَيْئًا ۚ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ

আল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।

তাফছীৰ

সিহঁতৰ ধন-সম্পত্তি আৰু সিহঁতৰ সন্তান আল্লাহৰ ওচৰত কোনো কামত নাহিব। সিহঁতেই জাহান্নামী। সিহঁতে তাৰ ভিতৰত প্ৰৱেশ কৰিব আৰু চিৰদিন থাকিব। সিহঁতৰ শাস্তিৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক