ছূৰা 47 · জুজ 26
Muhammad · 47:27
فَكَيْفَ إِذَا تَوَفَّتْهُمُ الْمَلَائِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَارَهُمْ
এতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!
তাফছীৰ
সেইসময়ত সিহঁতৰ কি দশা হ’ব, যেতিয়া সিহঁতক আপুনি শাস্তিৰ মাজত তথা দুৰাৱস্থাত দেখিবলৈ পাব, লগতে প্ৰাণ হৰণ কৰা ফিৰিস্তাসকলে যেতিয়া প্ৰাণহৰণ কৰাৰ সময়ত লোহাৰ হাতুৰীৰে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত আঘাত কৰিব?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক