ছূৰা 47 · জুজ 26
Muhammad · 47:1
الَّذِينَ كَفَرُوا وَصَدُّوا عَنْ سَبِيلِ اللَّهِ أَضَلَّ أَعْمَالَهُمْ
যিসকলে কুফৰী কৰিছে আৰু আনক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।
তাফছীৰ
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে আৰু মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে, আল্লাহে সিহঁতৰ সকলো আমল অগ্ৰহণযোগ্য বুলি ঘোষণা কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক