ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:7

وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ هَٰذَا سِحْرٌ مُبِينٌ

আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখুন সুস্পষ্ট যাদু’।

তাফছীৰ

যেতিয়া সিহঁতৰ সন্মুখত আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে ৰাছুলৰ মাধ্যমত অহা এই কোৰআন সম্পৰ্কে কয়ঃ এইখন হৈছে স্পষ্ট যাদু। কেতিয়াও এইখন আল্লাহৰ অহী হ’ব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক