ছূৰা 41 · জুজ 24
Fussilat · 41:8
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।
তাফছীৰ
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন চিৰস্থায়ী প্ৰতিদান, অৰ্থাৎ জান্নাত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক