ছূৰা 41 · জুজ 24
Fussilat · 41:32
نُزُلًا مِنْ غَفُورٍ رَحِيمٍ
এয়া পৰম ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা আতিথ্যস্বৰূপ।
তাফছীৰ
আপোনালোকক আপ্যায়ন কৰিবলৈ এই জীৱিকাৰ আয়োজন কৰা হৈছে, সেই ক্ষমাশীল প্ৰতিপালকৰ তৰফৰ পৰা, যিয়ে তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি ভালপায়। তেওঁলোকৰ প্ৰতি অতি দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক