ছূৰা 40 · জুজ 24

Ghafir · 40:76

ادْخُلُوا أَبْوَابَ جَهَنَّمَ خَالِدِينَ فِيهَا ۖ فَبِئْسَ مَثْوَى الْمُتَكَبِّرِينَ

তোমালোকে জাহান্নামৰ বিভিন্ন দুৱাৰেৰ প্ৰৱেশ কৰা তাত স্থায়ীভাৱে অৱস্থানৰ বাবে, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল!

তাফছীৰ

এতেকে প্ৰৱেশদ্বাৰেৰে তোমালোকে জাহান্নামত প্ৰৱেশ কৰা। এইটোৱেই তোমালোকৰ চিৰস্থায়ী বাসস্থান। হায়! সত্যৰ পৰা অহংকাৰ কৰা লোকৰ পৰিণাম কিমান যে নিকৃষ্ট!

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক