ছূৰা 40 · জুজ 24
Ghafir · 40:73
ثُمَّ قِيلَ لَهُمْ أَيْنَ مَا كُنْتُمْ تُشْرِكُونَ
তাৰ পিছত সিহঁতক কোৱা হ’ব, ‘কত সিহঁত যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,
তাফছীৰ
সিহঁতক গৰিহণা আৰু ধিক্কাৰ দি কোৱা হ’ব, ক’ত আছে তোমালোকৰ সেই তথাকথিত উপাস্যবোৰ, যিবোৰক তোমালোকে অংশীদাৰ স্থাপন কৰি উপাসনা কৰিছিলা?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক