ছূৰা 40 · জুজ 24

Ghafir · 40:69

أَلَمْ تَرَ إِلَى الَّذِينَ يُجَادِلُونَ فِي آيَاتِ اللَّهِ أَنَّىٰ يُصْرَفُونَ

তুমি সিহঁতক লক্ষ্য কৰা নাইনে যিহঁতে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ উভতাই নিয়া হৈছে?

তাফছীৰ

হে ৰাছুল! আপুনি সেইসকল লোকক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ স্পষ্ট আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰে, সিহঁতৰ অৱস্থা দেখি আপুনি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিব, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক