ছূৰা 40 · জুজ 24
Ghafir · 40:59
إِنَّ السَّاعَةَ لَآتِيَةٌ لَا رَيْبَ فِيهَا وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ
নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকে সেয়া বিশ্বাস নকৰে।
তাফছীৰ
নিশ্চয় কিয়ামত দিৱস অৱশ্যম্ভাৱী, যিদিনা মৃতসকলক জীৱিত কৰি হিচাপ-নিকাচ লোৱা হ'ব আৰু প্ৰতিদান দিয়া। ইয়াৰ মাজত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই দিৱস আহিব বুলি বিশ্বাস নকৰে। সেইকাৰণেই সিহঁতে ইয়াৰ বাবে প্ৰস্তুতি নলয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক