ছূৰা 40 · জুজ 24

I entrust my affair to Allah · Ghafir 40:44

فَسَتَذْكُرُونَ مَا أَقُولُ لَكُمْ ۚ وَأُفَوِّضُ أَمْرِي إِلَى اللَّهِ ۚ إِنَّ اللَّهَ بَصِيرٌ بِالْعِبَادِ

‘এতেকে মই তোমালোকক যি কলো, সেয়া তোমালোকে অচিৰেই স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰত সমৰ্পন কৰিছো। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।

তাফছীৰ

কিন্তু সিহঁতে তেওঁৰ উপদেশক নাকচ কৰিলে। তেতিয়া তেওঁ ক’লেঃ তোমালোকে অচিৰেই মোৰ এই উপদেশক স্মৰণ কৰিবা আৰু সেইটো গ্ৰহণ নকৰাৰ বাবে পৰিতাপ কৰিবা। মই মোৰ সকলো বিষয় একমাত্ৰ আল্লাহৰ ওপৰতেই সমৰ্পন কৰিছোঁ। নিশ্চয় বান্দাসকলৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক