ছূৰা 40 · জুজ 24
Ghafir · 40:24
إِلَىٰ فِرْعَوْنَ وَهَامَانَ وَقَارُونَ فَقَالُوا سَاحِرٌ كَذَّابٌ
ফিৰআউন, হামান আৰু কাৰূনৰ ওচৰত। কিন্তু সিহঁতে ক’লে, ‘যাদুকৰ, চৰম মিছলীয়া’।
তাফছীৰ
ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান আৰু কাৰূনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সিহঁতে কৈছিলঃ মুছা হৈছে এজন যাদুকৰ। তথা তেওঁ ৰাছুল হোৱাৰ যি দাবী কৰি আছে, এই ক্ষেত্ৰত তেওঁ এজন মিছলীয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক