ছূৰা 40 · জুজ 24

Ghafir · 40:19

يَعْلَمُ خَائِنَةَ الْأَعْيُنِ وَمَا تُخْفِي الصُّدُورُ

চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়া তেওঁ জানে।

তাফছীৰ

গোপনে দৃষ্টিপাত কৰা ব্যক্তিৰ দৃষ্টি সম্পৰ্কেও আল্লাহে অৱগত, আৰু অন্তৰত থকা গোপন বিষয় সম্পৰ্কেও অৱগত। মহান আল্লাহৰ পৰা একোৱেই গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক