ছূৰা 4 · জুজ 5
An-Nisa · 4:96
دَرَجَاتٍ مِنْهُ وَمَغْفِرَةً وَرَحْمَةً ۚ وَكَانَ اللَّهُ غَفُورًا رَحِيمًا
এইবোৰ তেওঁৰ তৰফৰ পৰা মৰ্যাদা, ক্ষমা আৰু ৰহমত; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
এই ছোৱাবৰ কেইবাটাও শ্ৰেণী আছে। লগতে তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মাৰ্জনা আৰু আল্লাহৰ দয়া। নিশ্চয় আল্লাহ বান্দাৰ প্ৰতি ক্ষমাশীল আৰু অতি দয়ালু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক