ছূৰা 4 · জুজ 6
An-Nisa · 4:156
وَبِكُفْرِهِمْ وَقَوْلِهِمْ عَلَىٰ مَرْيَمَ بُهْتَانًا عَظِيمًا
সিহঁতৰ কুফৰীৰ বাবে আৰু মাৰইয়ামৰ বিৰুদ্ধে গুৰুতৰ অপবাদৰ কাৰণে।
তাফছীৰ
আৰু আমি সিহঁতক আমাৰ কৃপাৰ পৰা দূৰ কৰিছিলো, কিয়নো সিহঁতে কুফুৰী কৰিছিল আৰু মৰিয়ম আলাইহাছ ছালামৰ প্ৰতি ব্যভিচাৰৰ মিছা আৰোপ লগাইছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক