ছূৰা 4 · জুজ 5
An-Nisa · 4:126
وَلِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۚ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ مُحِيطًا
আকাশ আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই আৰু সকলো বস্তুকে আল্লাহে পৰিবেষ্টন কৰি আছে।
তাফছীৰ
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰ একমাত্ৰ মালিক আল্লাহ তাআলা। আৰু আল্লাহে তেওঁৰ জ্ঞান, ক্ষমতা আৰু কৌশলৰ জৰীয়তে সকলো সৃষ্টিক পৰিবেষ্টন কৰি আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক